sirsira

Sir Charles Spencer Chaplin (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-23
1. Cinema(Proper Noun-Masculine) (16 April 1889 – 25 December 1977) An English comic actor, filmmaker, and composer who rose to fame in the silent era. Chaplin became a worldwide icon through his screen persona "the Tramp" and is considered one of the most important figures in the history of the film industry. (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে৷ মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল ৰ বাবে জনাজাত হৈ পৰে৷